অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ
জনসাধাৰণৰ স্বাৰ্থত আলফা (স্বাধীন) এ ঘোষণা কৰিছে অস্ত্ৰ বিৰতি ৷ দেওবাৰে এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে প্ৰকাশ কৰিছে এই কথা ৷
Ogran trafficking : চিকিৎসকৰ গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য
মহানগৰীৰ এজাইল হাস্পতালত চিকিৎসা চলোৱা ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চৰ বিৰুদ্ধে ৪০৭০/২১ নম্বৰত দিছপুৰ থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ লৰেঞ্চক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতহে কলংকিত অতীতৰ অধ্যায় পোহৰলৈ আহে ৷
তিনি হাজাৰ টকা প্লেটৰ ভাত খাই জনতাৰ মূৰত ৰামটাঙোন মাৰিছে নেকি BJP য়ে ?
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ডিব্ৰুগড়ত কংগ্ৰেছৰ জাগৰণ অভিযান ৷ পেট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনসাধাৰণক কোঙা কৰাৰ অভিযোগত এই কাৰ্যসূচী ৰূপায়ন কৰে প্ৰদেশ কংগ্ৰেছে ৷
Covid-19 : নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৫ শিক্ষাৰ্থী আক্ৰান্ত কৰ'ণাত
একেদিনাই কণিষ্ঠ মহাবিদ্যালয়খনৰ ৫ গৰাকী শিক্ষাৰ্থী আৰু অধ্যক্ষৰ দেহত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি । সম্প্ৰতি হাস্পতালত ভৰ্তি কৰোৱা হৈছে শিক্ষাৰ্থীকেইজনক । শংকিত অভিভাৱকসকল ।
Village Wine Shop; এতিয়াৰ পৰা গ্ৰাম্যাঞ্চল ৰঙীণ হ’ব বিলাতী সুৰাৰ বটলেৰে !
যিখন চৰকাৰে এফালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসমৰ নতুন প্ৰজন্মক, সমাজ জীৱনক উদ্ধাৰৰ বাবে নামি পৰিছে, সেইখন চৰকাৰেই আকৌ গাঁৱে গাঁৱে সুৰাৰ বিপনী খুলিবলৈ সিদ্ধান্ত লৈছে ৷ বিতং কৈ জানিবলৈ পঢ়ক এই বিশেষ প্ৰতিবেদন ৷