Attempting to join ULFA-I : নাগালেণ্ড আৰক্ষীৰ জালত টীয়কৰ তিনি যুৱক
চলিত বৰ্ষৰ 20 নৱেম্বৰত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফল্ছে আলফা (স্বা)ত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত কৰিছিল কৰায়ত্ব (Assam Rifles detained three youths in Nagaland's Mon district) টীয়কৰ তিনি যুৱকক ৷
withdraw Assamese language from APSC : APSC ৰ পৰা অসমীয়া ভাষা বাতিল কৰাত দল-সংগঠনৰ ক্ষোভ
ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বাতিল (withdraw Assamese language paper from APSC exam) কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
Oil tanker fire incident at Burhapahar: দুৰ্ঘটনাৰ তদন্তৰ বাবে উপস্থিত আনন্দ মিশ্ৰ
সঘনাই দুৰ্ঘটনা সংঘটিত বুঢ়াপাহাৰ অঞ্চলত শুকুৰবাৰে পুনৰ এখন অইল টেংকাৰ ভষ্মীভূত (oil tanker fire incident at Burhapahar) হোৱা ঘটনাৰ তদন্তৰ বাবে বুঢ়াপাহাৰত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra visits Burhapahar)৷
Morapagaldia river erosion : গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বগুলামাৰী গাঁৱলৈ
মৰাপাগলদিয়া নৈয়ে ভাবুকি কঢ়িয়াই আনিছে বাক্সাৰ বগুলামাৰী গাঁৱলৈ (Baksa Bagulamari Village)৷ মৰাপাগলদিয়া নৈখন সম্প্ৰতি মূল নৈৰ পৰা ফালৰি কাটি আহি বুগুলামাৰী গাঁৱৰ কাষেৰে বৈ গৈছে ৷
Drugs Peddler Caught : যাত্ৰীবাহী বাছত নিষিদ্ধ ড্ৰাগছসহ আটক দুজন
অসমত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug campaign continues in Assam) ৷ শুকুৰবাৰে কোচবিহাৰৰ পৰা ধুবুৰী বাছ আস্থানত উপস্থিত হোৱা এখন যাত্ৰীবাহী বাছত চলিল আৰক্ষীৰ অভিযান ৷