Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 3390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত
ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্তৰ সংখ্যা (covid positive cases rapidly increasing in assam) ৷ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি (Covid update in Assam) বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 3390 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 9.87 শতাংশ ৷
ক’ভিড আহিলেও সময়তেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা
সময় মতেই অনুষ্ঠিত হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ৷ বিহপুৰীয়াত এই কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu on HSLC and AHSEC exam)৷ লগতে ২০৩৫ চনৰ ভিতৰতহে নতুন শিক্ষানীতি সম্পূৰ্ণ ৰূপে ৰূপায়ন হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে (New Education Policy in Assam)৷
সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ বাক্সা পৰিবহণ বিভাগ
পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লোৱা পদক্ষেপক লৈ তৎপৰ হৈছে প্ৰশাসন । হেলমেট পৰিধান নকৰা আৰু সুৰাপান কৰি বাহন চলোৱা সকলক বিহা হৈছে জৰিমনা । বাক্সাত যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে নিশা চলিল অভিযান ৷
ৰাজ্যত চান্দা সংগ্ৰহ নকৰা সংগঠন বিচাৰি পালে মন্ত্ৰী যোগেন মহনে
বিগত কিছুদিন আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো দল-সংগঠনে ব্যৱসায়িক ভয় ভাবুকি দি ধন সংগ্ৰহ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দশ দিয়াৰ পাচতেই(CM stricts against extortion) মন্ত্ৰী যোগেন মহনে বিচাৰি পালে চান্দা নিবিচাৰা সংগঠন ৷
48 ছেকেণ্ডত 48 খন দেশৰ ৰাজধানীৰ নাম কৈ উজলিল অভয়াপুৰীৰ কৃষ্টি শিখা
চেষ্টাৰ অসাধ্য একো নাই ৷ ইয়াকে যেন প্ৰমাণ কৰি দেখুৱাইছে অভয়াপুৰৰ এগৰাকী কণমানিয়ে ৷ নিজৰ প্ৰতিভাৰে India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অভয়াপুৰীৰ কণমানিগৰাকীয়ে ৷