অসম

assam

By

Published : Apr 4, 2021, 5:12 PM IST

ETV Bharat / state

তৃতীয় পৰ্যায়ত তয়াময়া ৰণত নামিব কোন কোন মহাৰথী ?

মঙলবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । নামনি অসমৰ ৪০ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ই ভি এমত ৰাজনৈতিক ভৱিষ্যৎ আৱদ্ধ হ'ব বহু ৰথী-মহাৰথীৰ ।

তৃতীয় পৰ্যায়ত কোন কোন মহাৰথী নামিব তয়াময়া ৰণত
তৃতীয় পৰ্যায়ত কোন কোন মহাৰথী নামিব তয়াময়া ৰণত

গুৱাহাটী, ৪ এপ্ৰিল: মাজত মাত্ৰ এটা দিন । মঙলবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । মূলতঃ নামনি অসমৰ ৪০টা সমষ্টিত তৃতীয় পৰ্যায়ৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব । মঙলবাৰে বিয়লি ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগেই আক্ষৰিক অৰ্থত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বহু ৰাজনৈতিক ৰথী মহাৰথীৰ ভাগ্য ২ মে' পৰ্যন্ত বন্দী হৈ পৰিব ই ভি এমত ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ই ভি এমত ৰাজনৈতিক ভৱিষ্যৎ আৱদ্ধ হ'বলগীয়া ভিন ভিন ৰাজনৈতিক দলৰ নেতাৰ তালিকাখনো যথেষ্ট দীঘলীয়া । মঙলবাৰে তয়াময়া নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলগীয়া এইসকল মহাৰথীৰ মাজত আছে

ধৰ্মপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ধৰ্মপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ছিডলী সমষ্টিত বি পি এফৰ প্ৰাৰ্থী তথা মন্ত্ৰী চন্দন ব্ৰহ্ম

বি পি এফৰ প্ৰাৰ্থী তথা মন্ত্ৰী চন্দন ব্ৰহ্ম

পূৱ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

পূৱ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

একেদৰে বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থী তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী

অগপ প্ৰাৰ্থী তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী

কোকৰাঝাৰ পূৱ সমষ্টিত বি পি এফ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

বি পি এফ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা

জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা

পাটাছাৰকুছি সমষ্টিত বিজেপি প্ৰাৰ্থী তথা দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

একেটা সমষ্টিতে অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা

পাটাছাৰকুছি সমষ্টিত অসম জাতীয় পৰিষদ পবীন্দ্ৰ ডেকা

বৰক্ষেত্ৰী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা

বৰক্ষেত্ৰী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পুলকেশ বৰুৱা

দক্ষিণ শালমাৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী

দক্ষিণ শালমাৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী

দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰা

দিছপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰা

লগতে পঢ়ক:কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details