অসম

assam

ETV Bharat / state

মালিগাঁৱত বুলেট চোৰৰ পিঠিত ঔকিল - অসম নিউজ

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাখি থোৱা  AS-01-DE-4188 নম্বৰৰ বুলেটখন লৈ উধাও হয় চোৰ

মালিগাঁৱত বুলেট লৈ উধাও গভাইত চোৰ

By

Published : Jul 1, 2019, 11:38 PM IST

গুৱাহাটী, 1 জুলাইঃ মহানগৰীৰ মালিগাঁৱত ৰাইজে আটক কৰিলে বাইক চোৰ ৷ আটকাধীন চোৰক উত্তম-মাধ্যম সোধাই স্থানীয়ই ৷ উল্লেখ্য যে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাখি থোৱা AS-01-DE-4188 নম্বৰৰ বুলেটখন ৷ কিন্তু ৰাখি থোৱা বুলেটখনৰ ওচৰত কোনো নথকা প্ৰত্যক্ষ কৰি লৈ উধাও হয় চোৰটো । কিন্তু বুলেটখনৰ আধা ৰাস্তাত তেল শেষ হৈ যোৱাত ৰখিবলৈ বাধ্য হয়৷ তেতিয়াই বুলেটখন পিছা কৰা ব্যক্তিয়ে হাটে-লোটে কৰায়ত্ব কৰে চোৰটোক ৷ তাৰ পাচতে স্থানীয় ৰাইজে বিদ্যুতৰ খুঁটাত বান্ধি উত্তম-মধ্যম শোধাই সুৰজ নায়ক নামৰ চোৰটোক ৷ ঘটনা সন্দৰ্ভত ঘটনাস্থলীত গোশালা আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় চোৰটোক ৷

মালিগাঁৱত বুলেট লৈ উধাও গভাইত চোৰ

ABOUT THE AUTHOR

...view details