অসম

assam

ETV Bharat / state

মহানগৰীত মূকাভিনয়ৰ জৰিয়তে স্বচ্ছতাৰ সপক্ষে কণ কণ শিশু - swchata

1 জুলাইৰ পৰা 6 জুলাইলৈকে চলি থকা বাটৰ নাট আৰু মূকাভিনয় কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ সামৰণিৰ দিনটোতে নেহৰু পার্ক, দীঘলীপুখুৰী, শ্ৰদ্ধাঞ্জলি কানন, ষ্ট্ৰীটজা, ৰুদ্ৰাক্ষ ম'ল আৰু চেন্ট্ৰেল ম'লত প্ৰদৰ্শন কৰা হয় বাটৰ নাট আৰু মূকাভিনয় ৷

মহানগৰীত মূকাভিনয়

By

Published : Jul 8, 2019, 6:25 PM IST

গুৱাহাটী, 8 জুলাইঃ নৰ্থ-ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাটৰ নাট আৰু মূকাভিনয়ৰ কৰ্মশালা ৷ 1 জুলাইৰ পৰা 6 জুলাইলৈকে চলি থকা বাটৰ নাট আৰু মূকাভিনয় কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে ৷ সামৰণিৰ দিনটোতে নেহৰু পার্ক, দীঘলীপুখুৰী, শ্ৰদ্ধাঞ্জলি কানন, ষ্ট্ৰীটজা, ৰুদ্ৰাক্ষ ম'ল আৰু চেন্ট্ৰেল ম'লত প্ৰদৰ্শন কৰা হয় বাটৰ নাট আৰু মূকাভিনয় । স্বচ্ছতাৰ সপক্ষে মানুহক সজাগ কৰাৰ উদ্দেশ্য লগতে প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰিবৰ বাবে মূকাভিনয়ৰ জৰিয়তে বাটৰ নাট প্ৰদৰ্শনেৰে জনসাধৰণক সজাগ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে বুলি মন্তব্য নৰ্থ-ইষ্ট এডুকেশ্বনেল ট্ৰাষ্টৰ সদস্যৰ ৷

মহানগৰীত মূকাভিনয়

ABOUT THE AUTHOR

...view details