- সাংবাদিক আৰু সাহিত্যিকলৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ
- অসমৰ 20 গৰাকী সাংবাদিকলৈ মাহিলী 8000 টকাকৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ
- 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই পেঞ্চনৰ দিন
- ইফালে ৰাজ্যৰ 43 গৰাকী সাহিত্যিককো চৰকাৰে প্ৰদান কৰিব পেঞ্চন
সাংবাদিক আৰু সাহিত্যিকলৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ 20 গৰাকী সাংবাদিক আৰু 43 গৰাকী সাহিত্যিকলৈ সুখবৰ ৷ ৰাজ্য চৰকাৰে প্ৰদান কৰিব পেঞ্চন ৷
সাংবাদিক আৰু সাহিত্যিকলৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ