অসম

assam

কোনো কাৰণতে কেব মানি নলওঁ : শিল্পী সুদক্ষিণা শৰ্মা

By

Published : Dec 13, 2019, 1:44 PM IST

Updated : Dec 13, 2019, 2:16 PM IST

আৰক্ষীৰ গুলীত তিনিজন যুৱক নিহত হোৱা ঘটনাত মৰ্মাহত শিল্পীগৰাকী ৷

শিল্পী সুদক্ষিণা শৰ্মা
কেব মানি নলওঁ

  • কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ
  • আৰক্ষীৰ গুলীত তিনিজন যুৱক নিহত হোৱা ঘটনাত মৰ্মাহত শিল্পীগৰাকী
  • অসমীয়াৰ সংকট কালত চানমাৰিলৈ প্ৰতিবাদত অংশ ল'বলৈ ওলাই আহিল সুদক্ষিণা শৰ্মা
  • নৰেন্দ্ৰ মোদীয়ে ওভতাই দিব নোৱাৰে আৰক্ষীৰ গুলিত নিহত হোৱা যুৱককেইজনৰ জীৱন
  • চৰকাৰক নাগৰিকত্ব সংশোধনী আইন উঠাই ল'বলৈ আহ্বান জনালে শিল্পীগৰাকীয়ে
Last Updated : Dec 13, 2019, 2:16 PM IST

TAGGED:

ABOUT THE AUTHOR

...view details