অসম

assam

ETV Bharat / state

ৰকিবুল হুছেইনৰ পিতৃ বালাদেশী - মমিনুল আৱাল - Bangladeshi

ৰকিবুল হুছেইনৰ পিতৃক বাংলাদেশী আখ্যা মমিনুল আৱালৰ ।  অসমক বাংলাদেশৰ লগত সংলগ্ন কৰিব লাগে বুলি হাতত তাৰোৱাল লৈ ৰাজপথত প্ৰতিবাদ কৰিছিল ৰকিবুল হুছেইনৰ পিতৃয়ে ।

ৰকিবুল হুছেইনৰ পিতৃ বালাদেশী

By

Published : Jul 30, 2019, 3:11 PM IST

একালত পাণ, আদা, শাক-পাচলিৰ ছিণ্ডিকেট চলাইছিল ৰকিবুল হুছেইন আৰু দুলু আহমেদে । এতিয়া কিবা অংক নিমিলা হোৱাৰ বাবেই এনে ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে দুলু আহমেদে ৷ চাওক মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য.....

ৰকিবুল হুছেইনৰ পিতৃ বালাদেশী

ABOUT THE AUTHOR

...view details