গুৱাহাটী, 1 এপ্ৰিলঃ সোমবাৰে মনোনয়ন দাখিল কৰিব গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই ৷ কিছুসময়ৰ পাচতেই আমিনগাঁও কামৰূপ গ্ৰাম্য জিলা উপাযুক্তৰ কাৰ্যালয়ত বিজেপি প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ ৷
আজি কুইন ওজাই দাখিল কৰিব মনোনয়ন - ইটিভি অসম
কুইন ওজাৰ জয়ৰ সংকল্পৰে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা সোমবাৰে বিজেপিৰ সমৰ্থসকলে উলিয়াই এক বৃহৎ বাইক ৰেলী ৷

etv bharat
queen ojah
কুইন ওজাৰ জয়ৰ সংকল্পৰে মহানগৰীৰ সোণাৰাম খেলপথাৰৰ পৰা সোমবাৰে বিজেপিৰ সমৰ্থসকলে উলিয়াই এক বৃহৎ বাইক ৰেলী ৷ বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোডী জয় ধ্বনিৰে বিজেপিৰ যুৱ মঞ্চই উলিয়াই এই বাইক ৰেলী ৷