অসম

assam

ETV Bharat / state

চৰকাৰৰ ব্যৰ্থতাঃ পৰিত্যক্ত উত্তৰ-পূৱৰ একমাত্ৰ যক্ষ্মা চিকিৎসালয় - etv bharat

বিৰুবাৰীত অৱস্থিত এইখন চিকিৎসালয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয় কিন্তু এতিয়া ৰূপান্তৰ হৈছে গোহালি সদৃশ পৰিৱেশলৈ।

বিৰুবাৰীৰ এখন চিকিৎসালয়ে উদঙাইছে চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি

By

Published : Jun 7, 2019, 7:33 AM IST

গুৱাহাটী, 6 জুনঃউত্তৰ পূৰ্বাঞ্চলৰ এখন একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয়। কিন্তু একেবাৰে শোচনীয় হৈ পৰিছে চিকিৎসালয় খনৰ অৱস্থা। গছ বন লতাৰে আৱৰি ধৰিছে চিকিৎসালয়খন চৌহদ। বিৰুবাৰীত অৱস্থিত এইখন চিকিৎসালয় উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ যক্ষ্মা ৰোগৰ চিকিৎসালয় কিন্তু এতিয়া ৰূপান্তৰ হৈছে গোহালি সদৃশ পৰিৱেশলৈ। যি সময়ত চৰকাৰে স্বাস্থ্য বিভাগত পৰিবৰ্তনৰ কথা কয়, সেই সময়ত যক্ষ্মা ৰোগৰ চিকিৎসালয়খনৰ দুৰৱস্থাই চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি উদঙাইছে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত.....

বিৰুবাৰীৰ এখন চিকিৎসালয়ে উদঙাইছে চৰকাৰৰ ব্যৰ্থতাৰ নগ্ন ছবি

ABOUT THE AUTHOR

...view details