ভাৰত-ইংলেণ্ডৰ মহিলা দলৰ ক্ৰিকেট মেচ চাবলৈ বৰ্ষাপাৰাত দৰ্শকৰ ভিৰ - barshapara stadium
সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে তিনিখনীয়া শৃংখলাৰ প্ৰথমখন মেচ।
ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ ক্ৰিকেট
গুৱাহাটী, ৪ মাৰ্চ:পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছে মেচ। প্ৰথমাৱস্থাত দৰ্শকৰ উপস্থিতি সেৰেঙা আছিল যদিও এতিয়া দৰ্শকে ভিৰ কৰিছেহি ষ্টেডিয়ামত।