গুৱাহাটী, 24 জুনঃ অসমৰ হাতী আহমেদাবাদলৈ সৰবৰাহ কৰা সম্পৰ্কত মঙলবাৰে গ্ৰহণ কৰা হ'ব শুনানি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন সোমবাৰে গ্ৰহণ নকৰাৰ ফলত হাতী সৰবৰাহ সম্পৰ্কত মঙলবাৰে শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সেয়ে ন্যায়ালয়ৰ ৰায়দান অবিহনে আহমেদাবাদলৈ হাতী প্ৰেৰণ নকৰে অসম চৰকাৰে ৷
ন্যায়ালয়ৰ ৰায় অবিহনে আহমেদাবাদলৈ প্ৰেৰণ কৰা নহ'ব অসমৰ হাতীঃ অসম চৰকাৰ
হাতী সৰবৰাহ সম্পৰ্কত মঙলবাৰে শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ সেয়ে ন্যায়ালয়ৰ ৰায়দান অবিহনে আহমেদাবাদলৈ হাতী প্ৰেৰণ নকৰে অসম চৰকাৰে ৷
ন্যায়ালয়ৰ ৰায় অবিহনে আহমেদাবাদলৈ প্ৰেৰণ কৰা নহ'ব অসমৰ হাতীঃ অসম চৰকাৰ
উল্লেখ্য যে, অসম চৰকাৰে তিনিচুকীয়া জিলাৰ পৰা চাৰিটাকৈ ঘৰচীয়া হাতী গুজৰাটৰ আহমেদাবাদলৈ ৰথ যাত্ৰাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি আহিছে ।