- ঈদৰ দিনা অনুষ্ঠিত নহয় এন আৰ চিৰ শুনানি ৷
- 5 জুনত স্থগিত এন আৰ চিৰ শুনানি ৷
- এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই জনালে এই কথা ৷
- ঈদৰ দিনাও এন আৰ চিৰ শুনানি হ'ব বুলি একাংশই ছ'চিয়েল মিডিয়া যোগে চলাইছে অপ-প্ৰচাৰ ৷
ঈদ উপলক্ষে স্থগিত এন আৰ চিৰ শুনানি - প্ৰতীক হাজেলা
ছ'চিয়েল মিডিয়া যোগে ঈদৰ দিনাও এন আৰ চিৰ শুনানি হ'ব বুলিল একাংশই চলাইছে অপ-প্ৰচাৰ
ঈদ উপলক্ষে স্থগিত এন আৰ চিৰ শুনানি