অসম

assam

ETV Bharat / state

নিশা কিয় অশান্ত হ'ল শন্তিপুৰ?

আৰক্ষী বিষয়াগৰাকী সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। অভিযোগ অনুসৰি ৰে'ল আৰক্ষীৰ বিষয়া ৰবীন্দ্ৰ নাথ সিঙে সুৰাসক্ত অৱস্থাত গাড়ী চলাই সংঘটিত কৰে এই দুৰ্ঘটনাটো। আৰক্ষী বিষয়াগৰাকীক উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে ।

By

Published : Mar 30, 2019, 4:32 AM IST

নিশা কিয় অশান্ত হ'ল শন্তিপুৰ?

গুৱাহাটী, 30 মাৰ্চঃ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা মহানগৰীৰ শান্তিপুৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ নিশা এগৰাকী আৰক্ষী বিষয়াই বাইকেৰে খুন্দিয়ায়এখন চাৰিচকীয়া বাহনত। আৰক্ষী বিষয়াগৰাকী সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

নিশা কিয় অশান্ত হ'ল শন্তিপুৰ?
অভিযোগ অনুসৰি ৰে'লআৰক্ষীৰ বিষয়াৰবীন্দ্ৰ নাথ সিঙে সুৰাসক্ত অৱস্থাত গাড়ী চলাই সংঘটিত কৰে এই দুৰ্ঘটনাটো। আৰক্ষী বিষয়াগৰাকীক উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে । পাচত ভৰলুমুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতেসুৰাসক্ত আৰক্ষী বিষয়াগৰাকীক থানালৈ লৈ যায়। আনহাতে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিওকম সময়ৰ ভিতৰতে যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত।

ABOUT THE AUTHOR

...view details