অসম

assam

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

By

Published : Nov 24, 2020, 10:22 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ সকলো কাৰ্যালয়ৰ দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে ৷ তাৰ লগতে সংগতি ৰাখি ৰাজ্যিক শোকৰ অংশ হিচাপে সোমবাৰৰ পৰা অৰ্ধনমিত কৰা হৈছে গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকা ।

national-flag-half-down-at-gandhi-mandap
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অৰ্ধনমিত কৰা হৈছে গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকা

গুৱাহাটী,24অক্টোবৰঃ অসমৰ জনপ্ৰিয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগে ৰাজ্যৰ সকলোকে ম্ৰিয়মান কৰি তুলিছে ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে তিনিদিনিয়া ৰাজ্যিক শোক ঘোষণা কৰি সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সকলো কাৰ্যালয়ৰ দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে ৷ তাৰ লগতে সংগতি ৰাখি ৰাজ্যিক শোকৰ অংশ হিচাপে সোমবাৰৰ পৰা অৰ্ধনমিত কৰা হৈছে গান্ধী মণ্ডপত থকা ৰাষ্ট্ৰীয় পতাকাখনো ।

লগতে পঢ়কঃ নৱগ্ৰহত শেষকৃত সম্পন্ন কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ABOUT THE AUTHOR

...view details