গুৱাহাটী, 25 এপ্ৰিলঃ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুস্থিত হয় এই সংবাদমেল ৷ মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সাধাৰণ সম্পাদিকা মিচেছ জাহানাৰ বেগমক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এই সংবাদমেল । উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ নামত সংগঠনটোৰ সাধাৰণ সম্পাদিকাই লাখ লাখ গোচৰ তৰাৰ অভিযোগ তোলে উপসভানেত্ৰী খোজেদা খাতুনে ৷
ধন আত্মসাৎক লৈ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল
গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এই সংবাদমেল ৷ মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সাধাৰণ সম্পাদিকা মিচেছ জাহানাৰ বেগমক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এই সংবাদমেল ৷
ধন আত্মসাতক লৈ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল
সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিয়ে নতুন সংগঠন গঠন কৰি সমিতিৰ সভানেত্ৰী সবিতা বড়ো আৰু উপ সভাপতি সুদেজা খাতুনৰ সভাপতিত্বত ৰাজহুৱাকৈ সম্পাদিকা জাহানা বেগমক বহিষ্কাৰ কৰে। ইপিনে দৰমহাৰ নামত চৰকাৰে মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকলক প্ৰবঞ্চনা কৰা বুলি উল্লেখ কৰে সংগঠনটোৱে ৷