অসমৰ বান সমস্যা, ৰাষ্ট্ৰীয় সমস্যা ! ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিটিৰ প্ৰতিবাদ - assam
বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদমুখৰ হৈ পৰিল কৃষক মুক্তি সংগ্ৰাম সমিটি ৷ কেন্দ্ৰীয় চৰকাৰক অতিশীঘ্ৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী তোলে সংগঠনটোৱে ৷
ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিটিৰ প্ৰতিবাদ
ডেস্ক,3জুলাইঃ অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া মন্তব্যক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ সমান্তৰালকৈ বুধবাৰে ৰাজ্যজুৰি ৷ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিটি অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে দিয়া মন্তব্য আৰু ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা নিদিয়াক লৈ এই প্ৰতিবাদ মুখৰ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিটি ৷ এক প্ৰতিবেদনঃ