- ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ ভূমি অধিগ্ৰহণৰ নামত জালিয়াতি
- প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ওপৰত জালিয়াতিৰ অভিযোগ
- নাবালক পুত্ৰৰ নামত মাটি ক্ৰয় কৰা দেখুৱাইছিল ছিদ্দিক আহমেদে
- জাননী জাৰি নকৰাকৈ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ
- এই অভিযোগৰ ভিত্তিতে ঘাই পথ নিৰ্মাণ স্থগিত ৰখাৰ আদেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে
- গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পূৰ্বৰ আদেশ খাৰিজ কৰা বুলি জানিবলৈ দিয়ে অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা তৰুণ চন্দ্ৰ চুতীয়াই
- এতিয়াৰ পৰা পুনৰ কাম আৰম্ভ হব 44 নং ৰাষ্ট্রীয় ঘাই পথৰ
ভূমি অধিগ্ৰহণৰ নামত প্ৰাক্তন মন্ত্ৰীৰ জালিয়াতি - গুৱাহাটী উচ্চ ন্যায়ালয়ে
জাননী জাৰি নকৰাকৈ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ এই অভিযোগৰ ভিত্তিতে ঘাই পথ নিৰ্মাণ স্থগিত ৰখাৰ আদেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে
ভূমি অধিগ্ৰহণৰ নামত প্ৰাক্তন মন্ত্ৰীৰ জালিয়াতি