গুৱাহাটী, 8 অক্টোবৰ : ২০২১ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰীৰ অন্তিম সপ্তাহত ৷ সেই অনুসৰি ১ নবেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰ-পত্ৰ পূৰণৰ কাম ৷ এই কথা জনাইছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০ নবেম্বৰ ধাৰ্য কৰিছে ৷ বিভাগীয় শিক্ষানুষ্ঠান সমূহে ১৫ ডিচেম্বৰৰ ভিতৰত জমা কৰিব লাগিব নথি পত্ৰ ৷
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ দিন ঘোষণা !
প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০ নবেম্বৰ ধাৰ্য কৰিছে ৷ বিভাগীয় শিক্ষানুষ্ঠান সমূহে ১৫ ডিচেম্বৰৰ ভিতৰত জমা কৰিব লাগিব নথি পত্ৰ ৷
লগতে পঢ়ক: লুইছ গ্লুকলৈ সাহিত্যৰ নোবেল বঁটা