অসম

assam

ETV Bharat / state

এটা যদি বাঢ়িছে আনটো আকৌ কমিছে !

দেওবাৰে পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পালে ডিজেলৰ মূল্য

By

Published : Apr 21, 2019, 10:34 AM IST

পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পালে ডিজেলৰ মূল্য

গুৱাহাটী,২১ এপ্ৰিলঃ দেওবাৰে পুনৰ বৃদ্ধি পালে ডিজেলৰ মূল্য আৰু তাৰ সমান্তৰালভাৱে হ্ৰাস পালে পেট্ৰ'লৰ মূল্য। পেট্ৰ'লত ০৫ পইচা হ্ৰাস পোৱাৰ বিপৰীতে ডিজেলত বৃদ্ধি পালে ০৭ পইচাকৈ।

পেট্ৰ'লৰ মূল্য হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পালে ডিজেলৰ মূল্য

দেওবাৰে গুৱাহাটী মহানগৰত পেট্ৰ'ল ৭২.৪৮ টকা আৰু ডিজেলৰ মূল্য ৬৬.৯০ টকা।

ABOUT THE AUTHOR

...view details