গুৱাহাটী, 23 জুনঃ
- মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে কৰ'ণাৰ সংক্ৰমণ
- নুনমাটিত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন লোকৰ দেহত Covid-19 পজিটিভ
- আক্ৰান্ত লোকজন নুনমাটিৰ সুব্ৰত কুমাৰ গগৈ বুলি জানিব পৰা গৈছে
- আক্ৰান্ত সুব্ৰত কুমাৰ গগৈ গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰত মেকানিকেল বিভাগত কৰ্মৰত
- আক্ৰান্ত লোকজনৰ দেহত নাছিল কোনোধৰণৰ কৰ'ণাৰ লক্ষণ
- নিজাববীয়াকৈ Gmch ত কৰা SWAB টেষ্টত লোকজনৰ দেহত ধৰা পৰে Covid-19 পজিটিভ
- স্বাস্থ্য বিভাগে ইতিমধ্যে আক্ৰান্ত লোকজনক সোণাপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ গৈছে
- জানিব পৰা মতে আজিও লোকজনে নিজ কৰ্মস্থলীত উপস্থিত আছিল
- ইয়াকে লৈ আতংকৰ সৃষ্টি হৈছে শোধনাগাৰৰ আন আন কৰ্মচাৰীসকলৰ সকলৰ মাজত
- উল্লেখ্য যে আক্ৰান্ত সুব্ৰত কুমাৰ গগৈ আন আন বহু লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল