গুৱাহাটী, 22 জানুৱাৰী : দিছপুৰ প্ৰেছ ক্লাৱত গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷ বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যক লৈ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে সম্বোধন কৰে এই সংবাদমেলৰ ৷ আজমলে অসমৰ মুছলমানৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে বুলি সংবাদমেলত বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৱে ৷ অসমক অস্থিৰ কৰাৰ বাবে তথা গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ বাবে আজমলে সাম্প্ৰদায়িক মন্তব্য় কৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷
আজমলে অসমৰ মুছলমানৰ উন্নতি হোৱাটো নিবিচাৰেঃ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ - goria-moria-press-meet
বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্যক লৈ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে সম্বোধন কৰে সংবাদমেল ৷ আজমলে অসমৰ মুছলমানৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে বুলি সংবাদমেলত বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৱে ৷

আজমলে অসমৰ মুছলমানৰ উন্নতি হোৱাটো নিবিচাৰেঃ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ
আজমলে অসমৰ মুছলমানৰ উন্নতি হোৱাটো নিবিচাৰেঃ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ
তদুপৰি সংগঠনটোৱে দিছপুৰ আৰক্ষী থানাত আজমলৰ বিৰুদ্ধে গোচৰ তৰিব বুলিও সংবাদমেলত সদৰি কৰে গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই ৷
লগতে পঢ়ক: অৰুণাচলৰ উজনি সোৱণশিৰিৰ পিচত এইবাৰ টাৱাঙত চীনৰ বিৰুদ্ধে প্ৰতিবাদ