অসম

assam

ETV Bharat / state

মহানগৰীৰ নিৰ্মীয়মাণ কামক লৈ কি ক'লে গুৱাহাটী বাসী ৰাইজে ! - গুৱাহাটীক স্মাৰ্ট চিটি হিচাপ গঢ়িবলৈ চৰকাৰৰ যি কাৰ্যকলাপ, তাক লৈ অসন্তুষ্টি ব্যক্ত

গুৱাহাটীবাসীৰ মতে, চৰকাৰে গুৱাহাটীক লৈ কৰা ভিন্ন উন্নয়নমূলক কামৰ লগতে গুৱাহাটীৰ ভিন্ন অঞ্চলত ভূমিস্খলন ৰোধৰ ব্যৱস্থা কৰিব লাগে ৷ অভাৰব্ৰীজ আৰু ফুটপাথতে চৰকাৰ সীমাবদ্ধ নাথাকি গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ ল'ব লাগে বুলি মন্তব্য গুৱাহাটীবাসীৰ ৷ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ বাদ দি কেৱল গুৱাহাটীক স্মাৰ্ট চিটি হিচাপ গঢ়িবলৈ চৰকাৰৰ যি কাৰ্যকলাপ, তাক লৈ অসন্তুষ্টি ব্যক্ত কৰে ৰাইজে ৷ একাংশই অসন্তুষ্টি প্ৰকাশ কৰিলেও আন একাংশই আকৌ চৰকাৰৰ এই কামৰ শলাগো লৈছে ৷

মহানগৰীৰ নিৰ্মীয়মাণ কাম
মহানগৰীৰ নিৰ্মীয়মাণ কাম

By

Published : Mar 17, 2020, 9:05 PM IST

গুৱাহাটীত হৈ থকা বিভিন্ন উন্নয়নমুলক কামক লৈ প্ৰতিক্ৰিয়া ব্যক্ত গুৱাহাটীবাসীৰঃ

মহানগৰীৰ নিৰ্মীয়মাণ কামক লৈ কি ক'লে গুৱাহাটী বাসী ৰাইজে !

For All Latest Updates

ABOUT THE AUTHOR

...view details