অসম

assam

ETV Bharat / state

ভক্তৰ বাবে মুকলি হ'ল গণেশগুৰিৰ গণেশ মন্দিৰ

সম্পূৰ্ণ 7 মাহৰ অন্তত খুলি দিয়া হ’ল গণেশগুৰিৰ গণেশ মন্দিৰৰ দুৱাৰ ৷ মন্দিৰ খোলাৰ লগে লগে ক’ভিড প্ৰট'কল মানি মন্দিৰত সেৱা লৈছে বহু ভক্তই ৷

By

Published : Nov 1, 2020, 7:17 PM IST

সম্পূৰ্ণ 7 মাহৰ অন্তত খুলিল গনেশগুৰিৰ গনেশ মন্দিৰ
সম্পূৰ্ণ 7 মাহৰ অন্তত খুলিল গনেশগুৰিৰ গনেশ মন্দিৰ

গুৱাহাটী, 1 নৱেম্বৰ :সমগ্ৰ বিশ্বতেই ক’ভিড-19 ৰ ভয়াৱহ সংক্ৰমণৰ পৰিপেক্ষিতত গোটেই দেশতেই লক ডাউন প্ৰক্ৰিয়া অব্যাহত আছিল ৷ উল্লেখ্য যে, মাৰ্চ মাহৰ পৰাই বন্ধ হৈ আছিল দেশৰ মন্দিৰ, মছজিদসমূহ ৷

সম্পূৰ্ণ 7 মাহৰ অন্তত খুলিল গণেশগুৰিৰ গণেশ মন্দিৰ

সম্পূৰ্ণ 7 মাহৰ অন্তত দেওবাৰৰ পৰা খোলা হ'ল গণেশগুৰিৰ গণেশ মন্দিৰ ৷ প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা খোলা হ’ল গণেশগুৰিৰ গণেশ মন্দিৰ ৷ ক’ৰণাৰ সংক্ৰমণৰ বাবে প্ৰায় সাতমাহ ধৰি বন্ধ হৈ আছিল মন্দিৰটো ৷ দেওবাৰৰ পৰা ক’ভিড প্ৰট’কল মানি খোলা হৈছে মন্দিৰটো । গণেশ মন্দিৰটো খোলাৰ পাচতেই আনন্দিত হৈ পৰিছে ভক্তপ্ৰাণ লোকসকল ৷ মন্দিৰ খোলাৰ লগে লগে ক’ভিড প্ৰট'কল মানি মন্দিৰত সেৱা লৈছে বহু ভক্তই ৷

লগতে পঢ়ক:পলুৱামা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ABOUT THE AUTHOR

...view details