নিউজ ডেক্স, 3 ছেপ্তেম্বৰঃসোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপনৰ কৰা হয় পবিত্র গণেশ চতুৰ্থী ৷ সেই উপলক্ষে কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ ঐতিহাসিক গণেশ মন্দিৰত পুৱাৰ পৰাই অগণন ভক্তৰ ভীৰ পৰিলক্ষিত হয় ৷ বৰপেটাতো বহৰিৰ হৰিদেৱ চ'ছাইটীৰ উদ্যোগত তিনিদিনীয়াকৈ অয়োজন কৰা হয় গণেশ পূজা ৷
ৰাজ্যত পবিত্র গণেশ চতুৰ্থী উদযাপন - আজ্ঞাঠুৰী গণেশ মন্দিৰ
সোমবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপনৰ কৰা হয় পবিত্র গণেশ চতুৰ্থী ৷
পবিত্র গণেশ চতুৰ্থী উদযাপন
ইয়াৰোপৰি মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যাৰ লগতে বাক্সাতো অনুষ্ঠিত কৰা হয় গণেশ পূজা ৷ আনহাতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাইৰ দুইমাইলতো উলহ মালহেৰে উদযাপন কৰা হয় গণেশ পূজা ৷