অসম

assam

ETV Bharat / state

৪৫ মিনিটজোৰা সোধ-পোছৰ অন্তত যাবলৈ দিয়া হ’ল ৪ ছাত্ৰ-ছাত্ৰীক - পানবজাৰ আৰক্ষী থানা

পানবজাৰ আৰক্ষী থানাত ৪৫ মিনিটজোৰা সোধাপোছাৰ অন্তত যাবলৈ দিয়া হ’ল 4 গৰাকী পৰীক্ষাৰ্থী ৷ ভিক্টৰ দাসৰ টুইটৰ সন্দৰ্ভত তুলিকা কাকতি, কন্দৰ্প ডেকা, ৰাহুল কলিতা আৰু মনিকা ভৰালীক সোধ-পোছৰ বাবে মাতিছিল আৰক্ষীয়ে (Four students were released after 45 minutes of questioning)৷

Four students were released after 45 minutes of questioning
Four students were released after 45 minutes of questioning

By

Published : Sep 11, 2022, 5:38 PM IST

  • পানবজাৰ আৰক্ষী থানাত ৪৫ মিনিটজোৰা সোধ-পোছৰ অন্তত যাবলৈ দিয়া হ’ল 4 গৰাকী পৰীক্ষাৰ্থীক
  • ভিক্টৰ দাসৰ টুইটৰ সন্দৰ্ভত তুলিকা কাকতি, কন্দৰ্প ডেকা, ৰাহুল কলিতা আৰু মনিকা ভৰালীক সোধ-পোছৰ বাবে মতা হৈছিল
  • অম্লান জ্যোতি দত্তক এতিয়াও অব্যাহত ৰাখিছে সোধ পোছ
  • অম্লান দাসৰ লগতে আন ৪ ছাত্ৰ-ছাত্ৰীক তলব কৰিছিল আৰক্ষীয়ে
  • ভিক্টৰ দাসে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰক

ABOUT THE AUTHOR

...view details