অসম

assam

ETV Bharat / state

বাজেট দাখিলৰ পূৰ্ৱে নিৰ্মলা সীতাৰমনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

ক’ৰণা মহামাৰীয়ে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ পিছতে আজি দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ৷ 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ইপিনে বাজেট দাখিলৰ পূৰ্ৱে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ জানিব পৰা মতে আজি দিনৰ 11 বজাত দাখিল কৰিব দেশৰ সাধাৰণ বাজেট ৷

By

Published : Feb 1, 2021, 10:22 AM IST

Updated : Feb 1, 2021, 10:27 AM IST

বাজেট দাখিলৰ পূৰ্ৱে নিৰ্মলা সীতাৰমৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ
বাজেট দাখিলৰ পূৰ্ৱে নিৰ্মলা সীতাৰমৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ

নিউজ ডেস্ক,1ফেব্ৰুৱাৰীঃ ক’ৰণা মহামাৰী বিভীষিকা সৃষ্টি কৰা পৰিস্থিতিৰ পিছতে আজি দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ৷ 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ইপিনে বাজেট দাখিলৰ পূৰ্ৱে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ জানিব পৰা মতে আজি দিনৰ 11 বজাত দাখিল কৰিব দেশৰ সাধাৰণ বাজেট ৷

Last Updated : Feb 1, 2021, 10:27 AM IST

ABOUT THE AUTHOR

...view details