অসম

assam

ETV Bharat / state

গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড

মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত এখন চলন্ত ইণ্ডিকা বাহনত অগ্নিকাণ্ডৰ ঘটনা। কথমপি প্ৰাণৰক্ষা দুই আৰোহীৰ ৷

By

Published : Jul 22, 2019, 7:36 PM IST

গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড

  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত চলন্ত বাহনত অগ্নিকাণ্ড
  • জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহি আছিল বাহন খন
  • যান্ত্ৰিক বিজুতিৰ বাবে AS-01AL-5499 নম্বৰ টাটা ইণ্ডিকা বাহনখনত অগ্নিকাণ্ড
  • কথমপি প্ৰাণৰক্ষা চালক আৰু এজন আৰোহীৰ
    গুৱাহাটীত চলন্ত বাহনত অগ্নিকাণ্ড
  • গড়চুক আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হয় এই ঘটনা
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই
  • বাহনখনৰ গৰাকী অজয় কুমাৰ দাস আৰু ললিতা ভড়ালীৰ প্ৰাণৰক্ষা

ABOUT THE AUTHOR

...view details