অসম

assam

By

Published : Feb 22, 2019, 5:11 PM IST

ETV Bharat / state

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান

অভিযানত আৱকাৰী বিভাগে প্ৰায় ৩০০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰে

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান

গুৱাহাটী,২২ফেব্ৰুৱাৰীঃ মহানগৰীত অবৈধ চুলাইৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান। দীৰ্ঘদিন ধৰি মালিগাঁৱৰ শুকুৰবৰীয়া বজাৰত চলি আছিল চুলাইৰ অবৈধ বেহা।

মহানগৰীত আৱকাৰী বিভাগৰ অভিযান
এই অভিযানত আৱকাৰী বিভাগে প্ৰায় ৩০০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰে। কিন্তু ঘটনা সন্দৰ্ভত কোনো ব্যৱসায়িক আটক কৰিবলৈ সক্ষম নহ'ল আৱকাৰী বিভাগ। অবৈধ সুৰাৰ বিৰুদ্ধেমহানগৰীত নিয়মীয়াকৈ অভিযান চলাই যোৱাৰ কথা উল্লেখ কৰে আৱকাৰী বিভাগৰ দলটোৱে।

ABOUT THE AUTHOR

...view details