অসম

assam

ETV Bharat / state

মাডাৰ বৃদ্ধাবাসত উদযাপন তৰুণ গগৈৰ জন্মদিন

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 87 সংখ্যক জন্মদিন উপলক্ষে দেওবাৰে তেওঁৰ পুত্ৰ গৌৰৱ গগৈয়ে মাডাৰ বৃদ্ধাবাসৰ আইতাসকলৰ সৈতে উদযাপন কৰে পিতৃৰ জন্মদিন ৷

By

Published : Oct 11, 2020, 10:56 PM IST

তৰুণ গগৈৰ জন্মদিন
তৰুণ গগৈৰ জন্মদিন

গুৱাহাটী, 11 অক্টোবৰ: মাডাৰ বৃদ্ধাবাসত উদযাপন কৰা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ 87 সংখ্যক জন্মদিন উপলক্ষে পুত্ৰ সাংসদ গৌৰৱ গগৈয়ে মহানগৰীৰ মাডাৰ বৃদ্ধাৱাসৰ আইতাসকল সৈতে কেক কাটি পিতৃৰ জন্মদিন পালন কৰে ৷

মাডাৰ বৃদ্ধাবাসত উদযাপন তৰুণ গগৈৰ জন্মদিন

সাংসদ গৰাকীৰ সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ নেতা মানস বৰাও ৷ মাডাৰ বৃদ্ধাবাসৰ আবাসী সকলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিনত আনন্দ প্ৰকাশ কৰাৰ লগতে, তেওঁৰ আশু-আৰোগ্য কামনা কৰে ৷

লগতে পঢ়ক:দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

ABOUT THE AUTHOR

...view details