অসম

assam

ETV Bharat / state

গুৱাহাটীত ড্ৰেগণ ব্ৰেথ আইচ ক্ৰীম

গুৱাহাটীত নাইট্ৰ'জেন আইচ ক্ৰীম ৷ মুখত দিয়াৰ লগে লগে মুখৰ পৰা ধোঁৱা ওলাই আহে ৷ আৰু তাকে লৈ সকলোৰে মনত কৌতুহল । প্ৰথমবাৰৰ বাবে মহানগৰীত এনে আইচ ক্ৰীমৰ সোৱাদ লৈ উৎফুল্লিত গ্ৰাহক ।

গুৱাহাটীত ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীম

By

Published : Jul 1, 2019, 8:37 AM IST

গুৱাহাটী,30 জুন: গুৱাহাটীত নাইট্ৰ'জেন আইছ ক্ৰীম ৷ নাম ড্ৰেগণ ব্ৰেথ ৷ এই বিশেষ আইচ ক্ৰীমবিধ উপলব্ধ চান্দমাৰীস্থিত Sweet Cult আইচ ক্ৰীম বাৰত ৷

গুৱাহাটীত ড্ৰেগণ ব্ৰেথ আইছ ক্ৰীম

ড্ৰেগণ ব্ৰেথ নামৰ এই আইচ ক্ৰীম বিধৰ মূল্য 99 টকা। মুখত দিয়াৰ লগে লগে মুখৰ পৰা ধোঁৱা ওলাই আহে ৷ আৰু তাকে লৈ সকলোৰে মনত কৌতূহল। প্ৰথমবাৰৰ বাবে মহানগৰীত এনে আইচ ক্ৰীমৰ সোৱাদ লৈ উৎফুল্লিত গ্ৰাহক । এজন শিক্ষিত যুৱকে 4 মাহ পূৰ্বে পৰা খোলা এই Sweet Cult আইচ ক্ৰীম বাৰলৈ ড্ৰেগণ ব্ৰেথ আইচ ক্ৰীম খাবলৈ এতিয়া গ্ৰাহকৰ যথেষ্ট ভিৰ ৷ কেৱল ড্ৰেগণ ব্ৰেথৰ আনন্দ ল'বলৈ শিশুৰ পৰা বয়োজ্যেষ্ঠৰ লগতে যুৱক-যুৱতীলৈ সকলোৱে আহি ভিৰ কৰে Sweet Cult আইচ ক্ৰীম বাৰত ৷

ABOUT THE AUTHOR

...view details