গুৱাহাটী,২৮ মে' : ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে স্কুল কলেজৰ নামসমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু বৰ্তমানেও এই নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰা নাই একাংশ স্কুল কলেজৰ স্বত্বাধিকাৰীয়ে । মহানগৰীৰ গড়চুকস্থিত দিল্লী পাব্লিক স্কুলৰ নাম ফলকত বৰ্তমানো ব্যৱহাৰ নহ'ল অসমীয়া ভাষা । এই কাৰ্যত ক্ষুন্ন হৈ পৰিছে অসম জাতীয়তাবাদী পৰিষদ ।
ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি - দিল্লী পাব্লিক স্কুল
ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে স্কুল কলেজৰ নাম সমূহ অসমীয়াত লিখিবলৈ নিৰ্দেশনা জাৰি কৰিছিল কিন্তু বৰ্তমানেও এই নিৰ্দেশনাক গুৰুত্ব প্ৰদান কৰা নাই একাংশ স্কুল কলেজৰ স্বত্বাধিকাৰীয়ে ৷
ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি
তাৰোপৰি বিদ্যালয়খনত প্ৰ-পত্ৰৰ নামত এহাজাৰ টকাকৈ লোৱা বুলি অভিযোগ উত্থাপিত কৰে সংগঠনটোৱে। অতিশীঘ্ৰে এই দিশত গুৰুত্ব প্ৰদান নকৰিলে বিদ্যালয়খনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
Last Updated : May 29, 2019, 12:31 AM IST