নিউজ ডেস্ক, 9 মে' : ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 59 লৈ বৃদ্ধি ৷ যোৱা 24 ঘন্টাত আক্ৰান্ত হৈছে 6 জনকৈ লোক ৷
কামৰূপস্থিত আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আক্ৰান্ত হোৱাৰ তথ্য প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

আনহাতে, ইয়াৰ পূৰ্বে ৰাজ্যস্থানৰ পৰা আহি ৰাজ্যত উপস্থিত হোৱা পাঁচ গৰাকীকৈ লোক COVID-19 ত আক্ৰান্ত হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে ৷
উল্লেখ্য় যে, বৰ্তমান ৰাজ্যত আক্ৰান্তৰ সংখ্যা 59 জন ৷ ইয়াৰে 34 জন আৰোগ্য হৈ উঠিছে বুলি প্ৰকাশ ৷