অসম

assam

ETV Bharat / state

14 -20 নৱেম্বৰলৈকে শিশু দিৱস পালন শিশু অধিকাৰ আয়োগৰ - children right commission

অসম ৰাজ্যিক শিশু অধিকাৰ আয়োগে 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে সপ্তাহযোৰা এক এলানি কাৰ্যসুচী গ্ৰহণ কৰিছে ৷ ই কাৰ্যসূচী শুভাৰম্ভ কৰি আয়োগৰ অধ্যক্ষ ড: সুনীতা চাংকাকতিয়ে কয়, কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এখন digital workshop পাতি অসমত থকা শিশুগৃহৰ আৱাসী শিশু সকলক লৈ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

children day at ghy
14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে শিশু দিৱস পালন শিশু অধিকাৰ আয়োৰ

By

Published : Nov 14, 2020, 5:52 PM IST

গুৱাহাটী, 14 নৱেম্বৰঃ শিশু দিৱস উপল্লক্ষে অসম ৰাজ্যিক শিশু অধিকাৰ আয়োগে 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে সপ্তাহযোৰা এক এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচী শুভাৰম্ভ কৰি আয়োগৰ অধ্যক্ষ ড: সুনীতা চাংকাকতিয়ে কয়, কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এখন digital workshop পাতি অসমত থকা শিশুগৃহৰ আৱাসী শিশু সকলক লৈ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত শিশুসকলে নৃত্য, গীত আদি প্ৰদৰ্শন কৰাৰ লগতে শিশুৰ অধিকাৰৰ বিষয়েও আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে অধ্যক্ষ কাকতিয়ে ৷

14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে শিশু দিৱস পালন শিশু অধিকাৰ আয়োৰ

ইফালে পৰৱৰ্তী দিন কেইটাত প্ৰত্যেক শিশুৱে স্বগৃহৰ পৰা নৃত্য গীত পৰিবেশন কৰাৰ ভিডিঅ' হোৱাটছএপ যোগে প্ৰেৰণ কৰিব অৰু তেওঁলোকৰ প্ৰতিভা facebookৰ মাধ্যমেৰে প্ৰচাৰ কৰা হ'ব বুলিও মন্তব্য কৰে সুনীতা চাংকাকতিয়ে ৷ তদুপৰি সুনীতা চাংকাকতিয়ে 20 তাৰিখে সমাজৰ বিভিন্ন স্তৰৰ শিক্ষা, ৰাজনীতি, স্বাস্থ্য আদি বিভাগৰ লগত জড়িত ব্যক্তিক নিমন্ত্ৰণ কৰি ফেছবুক লাইভত এক অনুষ্ঠান আয়োজন কৰাৰ কথাও সদৰি কৰে ৷

লগতে পঢ়কঃশিশুগাঁৱত শিশু দিৱস উদযাপন মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details