অসম

assam

ETV Bharat / state

গুহাৰ আৰ্হিত নিৰ্মাণ আঠগাঁও পূজা মণ্ডপ

মহানগৰীৰ আঠগাঁৱত 5 হাজাৰ বছৰ পূৰ্বৰ ঋষিমুনি সকলে তপস্যা কৰা গুহাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷

গুহাৰ আৰ্হিত নিৰ্মাণ আঠগাঁও পূজা মণ্ডপ

By

Published : Oct 6, 2019, 7:42 PM IST

গুৱাহাটী, 6 অক্টোবৰঃ সমগ্ৰ ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উখল-মাখল ৷ আগৰ দৰে এইবেলিও মহানগৰীৰ আঠগাঁৱত আয়োজন কৰা হৈছে ব্যতিক্ৰমী পূজা মণ্ডপ ৷ 5 হাজাৰ বছৰ পূৰ্বৰ ঋষিমুনি সকলে তপস্যা কৰা গুহাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ ৷ লগতে সম্পূৰ্ণ প্লাষ্টিক মুক্ত পূজা অনুষ্ঠিত কৰিছে আঠগাঁও বিষ্ণুপুৰ পূজা কমিটিয়ে ৷ এই বিশেষ পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

গুহাৰ আৰ্হিত নিৰ্মাণ আঠগাঁও পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details