অসম

assam

ETV Bharat / state

গুৱাহাটীত অনু্ষ্ঠিত অসমীয়া কেলেণ্ডাৰৰ উন্মোচনী অনুষ্ঠান

এই অনুষ্ঠানত ফেচবুক পেজৰ প্ৰতিযোগিতাৰ জৰিয়তে 12 খন শ্ৰেষ্ঠ ফটো বাচনি কৰা হয়

By

Published : Apr 10, 2019, 3:16 PM IST

অসমীয়া কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠান

গুৱাহাটী, 10 এপ্ৰিলঃ গুৱাহাটীত বুধবাৰে অনুষ্ঠিত এখন অসমীয়া কেলেণ্ডাৰৰ উন্মোচনী অনুষ্ঠান ৷ জনপ্ৰিয় শিল্পী জে.পি.দাসে উন্মোচন কৰে এই অসমীয়া কেলেণ্ডাৰখন ৷

অসমীয়া কেলেণ্ডাৰ উন্মোচনী অনুষ্ঠান

নেক্স শ্বট নামৰ এটা ফটোগ্ৰাফী ফেচবুক গোটে এই অনুষ্ঠান আয়োজন কৰে ৷ উল্লেখ্য যে ফেচবুক পেজৰ প্ৰতিযোগিতাৰ জৰিয়তে 12 খন শ্ৰেষ্ঠ ফটো বাচনি কৰা হয় ৷ আৰু সেই শ্ৰেষ্ঠ ফটোৰেই উলিওৱা হৈছে অসমীয়া বাৰ মাহৰ কেলেণ্ডাৰ খন ৷ নেক্সত শ্বটৰ এই পদক্ষেপক প্ৰশংসা কৰে শিল্পী জে.পি.দাসে ৷

ABOUT THE AUTHOR

...view details