অসম

assam

ETV Bharat / state

গৌৰৱৰ অন্য নাম ‘বুলবুল কেন ছিঙ’ : মেলবৰ্ণত উজলিল অসমীয়া ছবি

মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ ইণ্ডি বঁটা লাভ কৰিছে বুলবুল কেন ছিঙে

By

Published : Aug 9, 2019, 5:17 AM IST

Updated : Aug 9, 2019, 9:43 AM IST

গৌৰৱৰ অন্য নাম ‘বুলবুল কেন ছিঙ’

  • পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক ৰীমা দাসে
    বুলবুল কেন ছিঙ
  • ভিলেজ ৰকষ্টাৰ্ছৰ পাছত এইবাৰ ৰীমা দাসৰ বুলবুল কেন ছিঙে কঢ়িয়াই আনিছে আন এক কৃতিত্ব
    বঁটা গ্ৰহণৰ মুহূৰ্তত ৰীমা দা
  • মেলবৰ্ণত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ ইণ্ডি বঁটা লাভ কৰিছে বুলবুল কেন ছিঙে
    দেশ-বিদেশৰ ছবি জগতৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে ৰীমা দাস
  • বিশ্বৰ অন্যতম সন্মানীয় ছবি মহোৎসৱখনত ৰীমা দাসৰ ছবিখনে লাভ কৰে এই সন্মান
    বলীউডৰ কিং খানৰ সৈতে ৰীমা দাস
  • 8 আগষ্টৰ পৰা 17 আগষ্টলৈ অনুষ্ঠিত দশম ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰথম নিশা মুখ্য অতিথি হিচাপে উপস্থিত থাকে বলিউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান
    আন্তৰ্জাতিক মঞ্চত ৰীমা
Last Updated : Aug 9, 2019, 9:43 AM IST

ABOUT THE AUTHOR

...view details