অসম

assam

খলকনি তুলিছেে ৰীমা দাসৰ 'বুলবুল কেন চিঙে'

By

Published : Sep 20, 2019, 2:57 PM IST

চাও আহক, ছবিখন চাই কি ক'লে জলিউডৰ তাৰকাসকলে.....

আজি মুক্তি পাব 'বুল বুল কেন চিং'


গুৱাহাটী,20 ছেপ্টেম্বৰঃ অসমৰ মুঠ 29 টা ছবিগৃহত আজি মুক্তি লাভ কৰিব ৰীমা দাসৰ "বুল বুল কেন চিং " ছবিখন ৷ বৃহস্পতিবাৰে ছবিখনৰ বিশেষ প্ৰদৰ্শনী ৰখা হয় গুৱাহাটীৰ পি ভি আৰ ছবিগৃহত ৷ ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ-নবীন তাৰকালৈকে বহু কেইজন ব্যক্তি উপস্থিত থাকে ছবিখনৰ বিশেষ প্ৰদৰ্শনীত ৷ ছবিখন চাই নিপন গোস্বামীৰ পৰা আৰম্ভ কৰি কপিল বৰালৈকে সকলোৱে ব্যক্ত কৰিলে মনৰ অনুভৱ ৷ ছবিখন সকলোকে চাবলৈ অনুৰোধ ছবি খনৰ কলা কুশলীৰ লগতে ৰীমা দাসৰ । লগতে ছবিখনকলৈ যথেষ্ট আশাবাদী বুলি ব্যক্ত কৰে ৰীমা দাসে ৷

ৰীমা দাসৰ 'বুলবুল কেন চিং'

ABOUT THE AUTHOR

...view details