গুৱাহাটী,9মাৰ্চ : শনিবাৰে মহানগৰীৰ মালিগাঁওস্থিত ৰং ভৱনত অনুষ্ঠিত হয় বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত এক অধিবক্তা সমাৰোহ । আগন্তুক লোকসভা নিৰ্বাচনত অধিবক্তাসকলক একত্ৰিত কৰাৰ উদ্দেশ্যেএই সমাৰোহঅনুষ্ঠিত কৰা হয় ।
মহানগৰীত বিজেপিৰ অধিবক্তা সমাৰোহ - সমাৰোহ
আগন্তুক লোকসভা নিৰ্বাচনত অধিবক্তাসকলক একত্ৰিত কৰাৰ প্ৰয়াসেৰে মহানগৰীত অধিবক্তা সমাৰোহ ৷ বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই সমাৰোহ ৷
মহানগৰীত বিজেপিৰ আইন আৰু ন্যায় বিভাগৰ উদ্যোগত অধিবক্তা সমাৰোহ
সমাৰোহখনত ৰঞ্জিত দাসে অধিবক্তা সমাজে পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰে বুলি মন্তব্য কৰিশেহতীয়াকৈ ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হোৱা কেলেংকাৰীৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷