অসম

assam

ETV Bharat / state

পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

ৰঙালীৰ লগত সংগতি ৰাখি দেওবাৰে লাই খুঁটা স্থাপন কৰে পূৱ গুৱাহাটী বিহু সন্মিলনে

পূৱ গুৱাহাটী বিহু সন্মিলন

By

Published : Mar 31, 2019, 6:38 PM IST

গুৱাহাটী, 31মাৰ্চঃ সমাগত অসমীয়াৰ চেনেহৰ ৰঙালী বিহু ৷ বাপতিসাহোন বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ সমান্তৰালভাৱে সাজু হৈছে বিহু কমিটিসমূহো ৷ ৰঙালীৰ লগত সংগতি ৰাখি দেওবাৰে লাই খুঁটা স্থাপন কৰে পূৱ গুৱাহাটীৰ বিহু সন্মিলনে । অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব লগা 58 সংখ্যক বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে সন্মিলনৰ আজীৱন সভ্য তথা প্ৰাক্তন সভাপতি ভাস্কৰ ফুকনে ।

লাই খঁটা স্থাপন পূৱ গুৱাহাটী বিহু সন্মিলনৰ

ABOUT THE AUTHOR

...view details