অসম

assam

ETV Bharat / state

এক্ট ইষ্ট পলিচি বিভাগৰ অধীনত বাংলাদেশলৈ সম্পৰ্ক যাত্ৰা - MYANMAR

এই যাত্ৰাৰ বাবে বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হ'ব বিধায়ক তথা বিষয়াসকল ৷

এক্ট ইষ্ট পলিচী বিভাগৰ অধীনত সম্পৰ্ক যাত্ৰা

By

Published : Jun 25, 2019, 11:37 PM IST

কামৰূপ, 25 জুনঃ অসমৰ পৰা বাংলাদেশ আৰু ম্যানমাৰলৈ যাব অসমৰ চৰকাৰৰ ৯ জন বিধায়ক আৰু ১২ জন বিষয়া। তথ্য অনুসৰি ২৬ জুনৰ পৰা ৪ জুলাই লৈ চলিব এই যাত্ৰা। এক্ট ইষ্ট পলিচি বিভাগৰ অধীনত চলা এই যাত্ৰাৰ বাবে বুধবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হ'ব বিধায়ক তথা বিষয়াসকল ৷ মঙলবাৰে এই সম্পৰ্ক যাত্ৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে দিছপুৰত আগতীয়াকৈ ফ্লেগ অফ কৰে। আনহাতে বাংলাদেশ আৰু ম্যানমাৰলৈ ওলোৱা দলটোৰ নেতৃত্বত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

এক্ট ইষ্ট পলিচী বিভাগৰ অধীনত সম্পৰ্ক যাত্ৰা

ABOUT THE AUTHOR

...view details