অসম

assam

বামুণীমৈদামৰ ঔদ্যোগিক পামত অসমীয়া স্বৰ্ণ আ-অলংকাৰৰ সেৱা কেন্দ্ৰ মুকলি

By

Published : Jan 8, 2021, 10:39 PM IST

উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰটো ৷

assamese-traditional-ornaments-centre-inaugurated-at-guwahati
বামুণীমৈদামৰ ঔদ্যোগিক পামত অসমীয়া স্বৰ্ণ আ-অলংকাৰৰ সেৱা কেন্দ্ৰ মুকলি

গুৱাহাটী,8 জানুৱাৰী:গুৱাহাটীৰ বামুণীমৈদামৰ ঔদ্যোগিক পামত শুকুৰবাৰে মুকলি কৰা হয় পৰম্পৰাগত অসমীয়া স্বৰ্ণ আ-অলংকাৰৰ এক সেৱা কেন্দ্ৰ ৷ ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰটো ৷

বামুণীমৈদামৰ ঔদ্যোগিক পামত অসমীয়া স্বৰ্ণ আ-অলংকাৰৰ সেৱা কেন্দ্ৰ মুকলি

কেন্দ্ৰটোত অলংকাৰৰ প্ৰস্তুত কৰাৰ লগতে নক্সাৰ জৰিয়তে সোন,ৰূপৰ ধাতুৰে বিভিন্ন ডিজাইনৰ গহনা প্ৰস্তুত কৰিবৰ বাবে অনা হৈছে 12 তাকৈ অত্যাধুনিক যন্ত্ৰ ৷ এই কেন্দ্ৰটোত অলংকাৰ প্ৰস্তুতৰ প্ৰশিক্ষণো দিয়া হ'ব বুলি জানিব পৰা গৈছে ৷ মুখ্যমন্ত্ৰীয়ে সেৱা কেন্দ্ৰ মুকলি কৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকে সাংসদ কুইন ওজা,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ৷

লগতে পঢ়কঃপ্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details