- শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে
- জনসংযোগ বিভাগে প্ৰচাৰ কৰিলে জাননী
- শিক্ষক সহ বিভিন্ন বিভাগৰ খালী পদত নিযুক্তি দিব চৰকাৰে
- 6 মাহৰ ভিতৰত এই পদ সমূহত নিযুক্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ
- মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে এই নিৰ্দেশ জাৰি কৰে
- বৈঠকত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা সান্তনু ভৰালী আৰু আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া সমূহ উপস্থিত থাকে
শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে
জনসংযোগ বিভাগে এক প্ৰেছ বিবৃতি যোগে এই জাননী প্ৰচাৰ কৰে ৷
জনসংযোগ বিভাগ