গুৱাহাটী, ৬ এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা ঘূৰি আহি আত্মগোপন কৰি থকা ব্যক্তি সকলক অন্তিম সকীয়নি অসম আৰক্ষীৰ । সোমবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে এই কথা ।
নিজামুদ্দিন মাৰ্কাজৰ পৰা ঘূৰি অহা সকলক অন্তিম সকীয়নি অসম আৰক্ষী
অসম আৰক্ষীৰ অন্তিম সকীয়নি দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা ঘূৰি আহি আত্মগোপন কৰি থকা ব্যক্তি সকললৈ । ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে কাষৰীয়া স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান অসম আৰক্ষীৰ ।
নিজামুদ্দিন মাৰ্কাজৰ পৰা ঘূৰি অহা সকলক অন্তিম সকীয়নি অসম আৰক্ষী
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে কাষৰীয়া স্বাস্থ্য কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান অসম আৰক্ষীৰ । অথবা নিজৰ অৱস্থিতি তথা অৱস্থাৰ বিষয়ে ১০৪ হেল্প লাইনত জনাবলৈ নিৰ্দেশ দিয়ে অসম আৰক্ষীয়ে । অন্যথা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব সদৰী কৰে আৰক্ষী প্ৰশাসনে।