কামৰূপ, 26 মাৰ্চঃ এইখন মহানগৰীৰ নিচেই কাষেৰেই আমিনগাঁও পানীপাৰ গাঁও ৷ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এই গাঁওখনত অতবছৰে গঢ়ি নুঠিল এটা পকী পথৰ লগতে সম্পূৰ্ণ নহ'ল মন্দিৰৰ কামো ৷ সমাধান নহ'ল কৃত্ৰিম খোৱাপানী আৰু বানপানীৰ সমস্যা ৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এখন উন্নয়নমূলক গাঁও - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ উন্নয়নমূলক এখন গাঁও
আজিও সমাধান নহ'ল কৃত্ৰিম খোৱাপানী আৰু বানপানীৰ সমস্যা
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ উন্নয়নমূলক গাঁও