অসম

assam

ETV Bharat / state

পানীত পৰি মৃত্যু হ'ল চিৰিয়াখানাৰ ৰামুৰ

বৃহস্পতিবাৰে পানীত পৰি প্ৰাণ গ'ল চিৰিয়াখানাৰ 7 বছৰীয়া সোণালী বান্দৰ ৰামুৰ

পানীত পৰি মৃত্যু হ'ল চিৰিয়াখানাৰ ৰামুৰ

By

Published : Mar 21, 2019, 6:25 PM IST

21 মাৰ্চ, গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাত সংঘটিত এক মৰ্মান্তিক ঘটনা ৷ বৃহস্পতিবাৰে পানীত পৰি প্ৰাণ গ'ল চিৰিয়াখানাৰ 7 বছৰীয়া সোণালী বান্দৰ ৰামুৰ ৷

পানীত পৰি মৃত্যু হ'ল চিৰিয়াখানাৰ ৰামুৰ

প্ৰত্যেক দিনে খেলি থকা স্থানতে মৃত্যুক আকোৱালি ল'লে সোণালী বান্দৰটোৱে ৷ মাত্ৰ দুই বছৰ বয়সতে কোকৰাঝাৰত উদ্ধাৰ হৈছিল এই সোণালী বান্দৰটো আৰু লৈ অহা হৈছিল অসম ৰাজ্যিক চিৰিয়াখানালৈ ৷

ABOUT THE AUTHOR

...view details