গুৱাহাটী, 14 মেঃ সোমবাৰে নিশা আদি এলেঙী সত্ৰৰ সত্ৰাধিকাৰ লগতে শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান ৷ গুৱাহাটীৰ খানাপাৰাস্থিত গৃহত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে ৷
শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান - দেহাৱসান
সোমবাৰে নিশা গুৱাহাটীৰ খানাপাৰাস্থিত গৃহত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কমল চন্দ্ৰ গোস্বামীয়ে
শিক্ষাবিদ কমল চন্দ্ৰ গোস্বামীৰ দেহাৱসান
১৯২৩ চনত মাজুলীত জন্মগ্ৰহণ কৰিছিল প্ৰয়াত গোস্বামীয়ে ৷ পৰৱৰ্তী সময়ত কমল চন্দ্ৰ গোস্বামীয়ে নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষৰূপে ১৯৮৫ চনত অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিচতে নগাঁৱত গোপীনাথ দেৱ বাণিজ্য মহাবিদ্যালয় স্থাপন কৰে ৷