অসম

assam

By

Published : May 24, 2019, 2:07 AM IST

ETV Bharat / state

বিজেপি দলৰ ফলাফলক লৈ আনন্দত মতলীয়া চৌদিশ

দ্বিতীয় বাৰলৈ চৰকাৰ গঠন কৰাৰ বাবে আনন্দিত বিজেপি দল

বিজেপি দলৰ ফলাফলক লৈ আনন্দত মতলীয়া চৌদিশ

গুৱাহাটী, 24 মেঃ লোকসভা নিৰ্বাচনত বিজেপি দলৰ ফলাফলক লৈ আনন্দিত সকলো দলীয় নেতা-কৰ্মী ৷ দ্বিতীয় বাৰলৈ চৰকাৰ গঠন কৰাৰ বাবে বিশ্ব হিন্দু পৰিষদ, হিন্দু সচেতন যুৱ সমাজে লালমাটিৰ পৰা শুভাযাত্ৰা উলিয়াই দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷

বিজেপি দলৰ ফলাফলক লৈ আনন্দত মতলীয়া চৌদিশ

ABOUT THE AUTHOR

...view details