অসম

assam

By

Published : Jul 24, 2020, 10:42 AM IST

ETV Bharat / state

ৰাজ্যত মহামাৰী কৰ‘ণাত আক্ৰান্ত হৈ 70 গৰাকীৰ মৃত্যু

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰা’ণত আক্ৰান্তৰ সংখ্যা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত বৰ্তমান 8,019 গৰাকী ক‘ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷

assam-covid-update
ৰাজ্যত মহামাৰী কৰ‘ণাত আক্ৰান্ত হৈ 70 গৰাকীৰ মৃত্যু

নিউজ ডেস্ক,24জুলাইঃ ৰাজ্যত বানৰ সমান্তৰলভাবে কৰ’ণা মহামাৰীয়ে ধাৰণ কৰিছে ভয়াবহ ৰূপ ৷ বৃহস্পতিবাৰৰ দিনটোত 1047 গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে 1,349 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰি ঘৰলৈ যাবলৈ সক্ষম হয় ৷ বৰ্তমান ৰাজ্যত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা 28,791 গৰাকীলৈ বৃদ্ধি পালে ৷

ইপিনে 20,699 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত 8,019 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ ইপিনে এই মহামাৰীৰ ফলত ৰাজ্যত 70 গৰাকী লোকে মৃত্যুক আকোঁৱালী লৈছে ৷

লগতে পঢ়কঃ হাউলীৰ বিচমিল্লাহ ধাবাত উদ্ধাৰ 170 বস্তা চোৰাং চাউল

For All Latest Updates

ABOUT THE AUTHOR

...view details